Posted inবিবিধ
বিয়া পাতিম বলি ভাবিছে নেকি? তাৰ আগত তলৰ কথাখিনি এশবাৰ পঢ়ক
ৰূপালীনন্দন * বিয়া এটি বৈধ তথা ধৰ্মসন্মত অনুষ্ঠান য’ত দুজন বিপৰীত লিঙ্গৰ মানুহে পৰস্পৰক জ্বালাতন কৰা তথা পৰস্পৰৰ ওপৰত গুপ্তচৰবৃত্তি কৰাৰ শপত লয় সিমানদিনলৈ যিমানদিনলৈ মৃত্যুৱে আহি তেওঁলোকক পৃথক নকৰে৷…