Posted inপ্ৰবন্ধ
সমাজ পৰিৱৰ্তনত ছাত্ৰশক্তিৰ ভূমিকা*
✍️ উজ্জ্বল ডেকা সমাজ পৰিৱৰ্তনত ছাত্ৰশক্তিয়ে অতি সক্ৰিয়তাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ সামাজিক ন্যায়কে আদি কৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত সজাগতা বৃদ্ধি কৰা, পুৰণি নীতি-নিয়মসমূহক প্ৰত্যাহ্বান জনোৱা…