Posted inকবিতা বিন্দুৰ এমুঠি কবিতা নগ্নতাৰ দুৰ্গন্ধ দিগন্ত বিশ্ব শৰ্মা নগ্ন শৰীৰ উদং বক্ষৰ ভাঁজে ভাঁজে নিৰ্ভেজাল বিকৃত বৰ্বৰতাৰ দুৰ্গন্ধ বিয়পে চৌদিশে সৰ্বত্ৰে আকাশে বতাহে বাসনাৰ অশ্লীলতাত পৃথিৱী কঁপি উঠে! তথাপি তেওঁ নিলাজ আৰু নিষ্কম্প…
Posted inকবিতা এমুঠি কবিতা নিজৰ বাবেই জীয়াই থাকক ৰঘুমলা বৰকৈ বাঢ়িছে সাৰ পানী পাই হালিছে জালিছে কোনোবা আপোন জনৰ ঘৰ ভেঁটি কাঢ়িবলৈ আৰু এজাক ধুমুহা বলিছে। নদীয়ে গৰা ভাঙে নদীয়ে গতি সলনি কৰে…
Posted inকবিতা কবিতা মাকো ভাৰতী বসুমতাৰী এটি সৰু মৰমলগা শব্দ--মাকো মাকোৰ কাহিনী আমি কোনেনো নেজানো নেজানো কোনেনো শিপিনীৰ বয়নশিল্পক মাকো অবিহনে তাঁতশালৰ উশাহ ক'ত তাঁতশাল অবিহনে শিপিনীৰ ঘৰ ক'ত কেতিয়াবা মাকোৰো থাকে…
Posted inকবিতা কবিতাৰ শৰাই July 2024 শিল্পীৰ পাৰ্থক্য শতাব্দী শৰ্মা এজন শিল্পীয়ে ৰাস্তাত সাহায্য বিচাৰি অহৰহ প্ৰতিবাদ কৰিছে, আনজন শিল্পীয়ে মঞ্চত গীত গোৱাৰ অচিলাত অভদ্ৰামি কৰি জনপ্ৰিয়তা বুটলিছে৷ এজন শিল্পীয়ে সম্মানৰ খাতিৰত নিজৰ আৰ্থিক অচলাৱস্থাক লুকুৱাইছে,…
Posted inকবিতা *কথা কবিতা– আধৰুৱা দস্তাবেজ* অনামিকা বৰা সময়বোৰ পাৰ হৈ গৈ আছে । এই যান্ত্ৰিকতাৰ মাজতো উনুকিয়াও অতীতৰ কিছু স্মৃতিৰ মধুৰ পৃষ্ঠাশিলা । য'ত নাছিল কোনো তিক্ততা, নাছিল কোনো ব্যৰ্থতা, নাছিল কোনো নীৰৱ হুমুনিয়াহ, নাছিল…
Posted inকবিতা শব্দমালা এপ্ৰিল ‘২৪ *ফাগুন নিঠৰুৱা প্ৰেমিক* ✍️:- শ্ৰী সুৰজিৎ ভূঞা ফাগুন আহিছিল মনৰ জোখাৰে ফাগুন গুচি গ'ল নিঠৰুৱা প্ৰেমিক কৰি মোৰ এই প্ৰেমিক মনটিক । ফাগুন বুলি ফাগুনীক চালোঁ প্ৰেম…
Posted inকবিতা ৰামাৱতাৰ চেতনৰ কবিতা (মূল হিন্দী) মুক্তলয় অনুবাদঃ মঞ্জিত হাজৰিকা পৃথিৱীখন কি ? কবিতা--- বহল আশ্ৰয়স্থল হৃদয়ক বুজিব পৰা যেতিয়া তেওঁ মন্থন কৰে ! এই পৃথিৱীখন এখন সংকলন এনেকুৱা কবিতাৰ য'ত ছন্দ তেনেই কম, স্বনিয়োজিত ছন্দ…
Posted inকবিতা ৰোহিনী কুমাৰ দাসৰ কবিতা কেনে আছা তুমি ? কেনে আছা তুমি ? এটা গতানুগতিক প্রশ্ন, কিন্তু অগতানুগতিক সময়ৰ অনুভৱ.... সদায় তো মনত নপৰে তোমাৰ কথা, গতানুগতিকতাই মনত পেলাবই নিদিয়ে | এতিয়া পলাশ ফুলাৰ বতৰ…
Posted inকবিতা ভাৰতী বসুমতাৰীৰ কবিতা (ধেমাজি) ইয়াত কেতিয়াও এটা কবিতা নাছিল --------------------------------- ইয়াত কেতিয়াও এটা কবিতা নাছিল ইয়াত কেতিয়াও কাৰো ক'তো প্ৰেম হোৱা নাছিল ইয়াত ৰং আছিল-- ফাগুন ইয়াত ফুলি আছিল--চিঙ্গি আপ্পুন ইয়াত--লৃগাঙৰ গুমৰাগ ঐনিতমৰ ওঁঠে…
Posted inকবিতা বৰাষা কাশ্যপৰ কবিতা হে পুৰুষ তোমাক নমস্কাৰ মই নাৰী তোমাৰ দৃষ্টিত সেইবাবেই মই ধুনিয়া সেইবাবেই মই নাইচ সেই বাবেই মই কিউট... নাৰী বাবেই মই তোমাৰ দৃষ্টিত আদৰণীয় নাৰী বাবেই মই তোমাৰ দৃষ্টিত লোভনীয়…