যাদৱ বৰাৰ গল্প ‘কাম’

যাদৱ বৰাৰ গল্প ‘কাম’

  গ্ৰাহকজনক বাইকখনৰ "পাংচাৰ" টো মাৰি দি শশাংকই কাপোৰ খনেৰে হাত দুখন মচি ল'লে। তাৰ পাছত তাৰ গেৰাজৰ কাষতে থকা পান দোকানখনলৈ বুলি ওলাই গ'ল। আজি তাৰ মনটো ভাল। কাৰণ…
কঠিনতম জীৱন

কঠিনতম জীৱন

  ✍️প্ৰিয়ম ৰাগিনী   "শামুকৰ খোলাৰ ভিতৰত কি থাকে জান ?" "জানো দে। তই মানে ক'ব খুজিছ যে বাহ্যিকত তই শামুকৰ খোলাটোৰ লেখীয়া আৰু ভিতৰৰখিনি লুপথুপীয়া?" "অতো" এই বুলি কৈ…
*সময়ৰ পাকচক্ৰ

*সময়ৰ পাকচক্ৰ

           ✍️ কল্পনা বৰা   এৰা! কথাবোৰ বহুত পুৰণি হৈ গ'ল মেঘালীৰ বাবে। অতীত কেতিয়াও বৰ্তমান হ'ব নোৱাৰে -এয়া ধ্ৰুৱসত্য; কিন্তু পুৰণি স্মৃতিবোৰক এলাগী কৰি বৰ্তমানৰ…
নতুন এজাক ৰং

নতুন এজাক ৰং

    ✍️ সংকল্পজিৎ শইকীয়া   সেউজপুৰ গাঁৱলৈ সৰু টাউনৰ পৰা সোমাই বাটটোৰে ডাঃ বৰ্ণিল বৰুৱাৰ গাড়ীখন আগবাঢ়িছে। ৰাস্তাটো পকী যদিও বৰ্তমান ঠায়ে ঠায়ে গাঁতসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। স্পীডব্ৰেকাৰৰ পৰিমাণ…
বাজী

বাজী

  মধুমিতা বৰুৱা শইকীয়া । বামণীমৈদাম গুৱাহাটী২১ ৯১০১৩৪৯৫২৯ .....কাকলিয়ে নকয় ৷ মনত বদ্ধমূল ধাৰণা হৈ বহি থকা কেৰোণবোৰ আঁতৰাই পেলাবলৈ মানুহক পৰিবেশ দিব লাগে ৷ মুকলি বাতাবৰণ ৰচিব লাগে ৷…
চুটিগল্প— তৃষ্ণা

চুটিগল্প— তৃষ্ণা

হিয়া দাস 9706776143 ------------------------------------------------------------------------- হোটেলৰ কোঠাৰ দুৱাৰখন খুলিয়েই বেগটো দলিয়াই সুসজ্জিত কোঠাটোৰ বিছনাখনত বাগৰ দিলোঁ । আজি সঁচাকৈয়ে মোৰ শৰীৰ, মন ক্লান্ত, বিষণ্ণ, অৱসাদগ্ৰস্ত । আৰু মাত্ৰ কেইটামান দিনৰ পিছতেই…
যৌনতাৰ সিপাৰেও থাকে এখন জগত

যৌনতাৰ সিপাৰেও থাকে এখন জগত

.....মা, মই জানো আজি জন্মদিনৰ দিনা তোমাক বৰ দুখ দিলোঁ। কিন্তু কি কৰিম কোৱা আমাৰো এখন নিজা পৃথিৱী আছে। জীয়াই থাকিবলৈ সেইখন পৃথিৱীতে থাকিব লাগিব মা। নাইবা আমাৰ যে মৃত্যু…
হিয়া দাসৰ গল্প- এমুঠি জোনাক

হিয়া দাসৰ গল্প- এমুঠি জোনাক

হিয়া দাস ৯৭০৬৭৭৬১৪৩ ------------------------------------------------ .....কইনা অভীপ্সা ওঁঠত এটি লাজুকীয়া হাঁহি লৈ গম্ভীৰ খোজেৰে আহি বিবাহ মণ্ডপত থিয় হ'ল । লগে লগে কইনাক ঘেৰি অভ্যাগতই উপহাৰ, আশীৰ্বাদ, শুভাকাংক্ষাৰে উপচাই দিলে ।…
শিলেও কথা কয়’

শিলেও কথা কয়’

দীপাঞ্জলী দাস অৰুনা বেজবৰুৱাই সমুদ্ৰৰ বিশাল জলৰাশিৰ পৰা কিছু আঁতৰত বহি আছে,লগত হুইলচেয়াৰত বহি আছে তেখেতৰ অসুস্থ স্বামী।বাৰে বাৰে সন্মুখলৈ আহি ক্লান্ত হৈ নপৰা সাগৰৰ উত্তাল ঢৌবোৰ উপভোগ কৰি কাষতে…
গল্প/  অব্যক্ত

গল্প/ অব্যক্ত

৷লুচিখন হাতত দি হৃদয় দাদাই তাইক বিছনালৈ নি বগাত সেউজীয়া ফুটটুত থকা পেণ্টিটো খুলি পেলালে ... আৰু তাৰ পিছত হৃদয় দাদা যেন পিশাচ হৈ উঠিল৷ দুখ পাইছো ... হৃদয় দাদা...৷…