বাজী

বাজী

  মধুমিতা বৰুৱা শইকীয়া । বামণীমৈদাম গুৱাহাটী২১ ৯১০১৩৪৯৫২৯ .....কাকলিয়ে নকয় ৷ মনত বদ্ধমূল ধাৰণা হৈ বহি থকা কেৰোণবোৰ আঁতৰাই পেলাবলৈ মানুহক পৰিবেশ দিব লাগে ৷ মুকলি বাতাবৰণ ৰচিব লাগে ৷…
*ফাকু খেলে… এ নন্দ কুমাৰ..

*ফাকু খেলে… এ নন্দ কুমাৰ..

  বিনীতা গায়ন ৰঙৰ উৎসৱ হিচাপে খ্যাত হোলী হৈছে প্ৰধানকৈ ভাৰত আৰু নেপালত পালন কৰা হিন্দুসকলৰ জনপ্ৰিয় উৎসৱ। ইয়াৰ উৎপত্তি সম্পৰ্কে কেইবাটাও কিংবদন্তি আৰু মিথ জড়িত হৈ আছে । ইয়াৰে…
আপোনাৰ পাচলি বাৰীখন

আপোনাৰ পাচলি বাৰীখন

ববিতা কলিতা অসমীয়া মানুহৰ প্ৰত্যেকৰে সৰুকৈ হলেও তামোল পাণৰ বাৰী এখন আছিল । তাতেই বাঁহ, বেতকে আদি কৰি বিভিন্ন ঔষধি গছ-বনৰ লগতে ফলমূলৰ গছ আৰু অসংখ্য প্ৰজাতিৰ শাক- পাচলি ভৰি…
শাহু আৰু বোৱাৰীঃ এক বদনামী সম্বন্ধ

শাহু আৰু বোৱাৰীঃ এক বদনামী সম্বন্ধ

  ৰীতা দত্ত ফুকন, মাজুলী নাৰীৰ হেনো ন টা অৱতাৰ । ৰাতিপূৱাৰ ব্যস্ত সময়খিনিত নাৰী হৈ পৰে অষ্টভূজা, ৰান্ধি-বাঢ়ি খুওৱাৰ সময়ত অন্নপূৰ্ণা, সন্তানৰ শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত সৰস্বতী, মিতব্যয়ীতাৰে খৰচ ৰাহী কৰাৰ…
ভাৰতী বসুমতাৰীৰ কবিতা (ধেমাজি)

ভাৰতী বসুমতাৰীৰ কবিতা (ধেমাজি)

ইয়াত কেতিয়াও এটা কবিতা নাছিল --------------------------------- ইয়াত কেতিয়াও এটা কবিতা নাছিল ইয়াত কেতিয়াও কাৰো ক'তো প্ৰেম হোৱা নাছিল ইয়াত ৰং আছিল-- ফাগুন ইয়াত ফুলি আছিল--চিঙ্গি আপ্পুন ইয়াত--লৃগাঙৰ গুমৰাগ ঐনিতমৰ ওঁঠে…
ৰন্ধনশালৰ কেইটামান ব্যতিক্ৰমী জুতি

ৰন্ধনশালৰ কেইটামান ব্যতিক্ৰমী জুতি

ডিমৰু আৰু খেজুৰৰ আইচক্ৰীম চেণ্ডউইচ উপকৰণ: হুইপড ক্ৰীম (Whipped Cream) ১ কাপ, গাখীৰ/ফ্ৰেছ ক্ৰীম ১ কাপ, খেজুৰ ১০-১২, ডিমৰু (Fig) ৮-১০ টা, পাওদাৰ গাখীৰ ১/৪ কাপ। পদ্ধতিঃ হুইপড ক্ৰীমখিনি মিক্সাৰ…
মহিলাৰ ক্ষেত্ৰত চাইবাৰ সুৰক্ষা আৰু আইন

মহিলাৰ ক্ষেত্ৰত চাইবাৰ সুৰক্ষা আৰু আইন

  ✍️ বৰষা কাশ্যপ মোবাইল ফোনৰ পৰা আৰম্ভ কৰি লেপটপলৈকে আমি সকলোৱে এতিয়া ভাৰ্চুৱেল জগতৰ সৈতি জড়িত হৈ পৰিছো । সকলো ক্ষেত্ৰতে ভাল আৰু বেয়া- দুয়োটাই থকাৰ দৰে ভাৰ্চুৱেল জগতখনতো…
বৃদ্ধাশ্ৰমৰ পৰা শাহুৱেকলৈ বোৱাৰীৰ চিঠি।

বৃদ্ধাশ্ৰমৰ পৰা শাহুৱেকলৈ বোৱাৰীৰ চিঠি।

  পূজনীয়া মা, এই "মা" শব্দটো মই কেতিয়াও আপোনাক হৃদয়ৰ পৰা কোৱা নাছিলো। আজি আপোনালৈ বহুত মনত পৰিছে আৰু বহুত কথা ক'বলৈ মন গৈছে। সেয়ে মুকলি আকাশৰ তলত বহি তোমালৈ…
আপোনাৰ বাথৰূমটো কেনে ?

আপোনাৰ বাথৰূমটো কেনে ?

  বহুতৰে বাবে বাথৰুমটো হৈছে নিৰলে সময় কটাব পৰা নিৰ্ভৰযোগ্য ঠাই। কিন্তু বাথৰুম একোটা নিৰ্মাণ কৰি থকাৰ সময়ত কোনেও সেই কথা মনত নাৰাখে। ঘৰ এখনৰ এই গুৰুত্বপূৰ্ণ অংশটোৰ বাবেও আনবোৰ…
কাঁচৰ পাত্ৰ ধুনিয়াকৈ ৰাখিব পাৰি

কাঁচৰ পাত্ৰ ধুনিয়াকৈ ৰাখিব পাৰি

  কাঁচৰ বস্তুবোৰ দীৰ্ঘদিনলৈ মনোগ্ৰাহী আৰু জিলিকি থকাকৈ উজ্জ্বল কৰি ৰাখিবলৈ সঠিক ৰক্ষণাবেক্ষণৰ অতি প্ৰয়োজনীয়। বহুতে ডিনাৰ চেট হিচাপে কাঁচৰ পাত্ৰ পছন্দ কৰে। ইয়াৰ উপৰিও কিছুমান কাঁচৰ বস্তু দৈনন্দিন ব্যৱহাৰৰ…