Posted inসাক্ষাৎকাৰ
এই সংখ্যাৰ অতিথি বিশিষ্ট লেখিকা তথা শিক্ষয়িত্ৰী তৰালী ঘৰফলীয়া
বিন্দুঃ বিন্দুৰ হৈ নমস্কাৰ জনাইছোঁ৷ প্ৰথমে আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিব বিচাৰো৷ জন্ম, শিক্ষা, দাম্পত্য জীৱন ইত্যাদি৷ তৰালী ঘৰফলীয়াঃ আপোনালোকলৈও প্ৰতি নমস্কাৰ জনাইছোঁ। মোৰ জন্ম ১৯৯২ চনৰ ২৬ জানুৱাৰীত…