Posted inগল্প
গল্পঃ ৰক্ত জবাৰ অঞ্জলি
আজি ছেইণ্ট ষ্টিফেস একাডেমীত এক উৎসৱ মুখৰ পৰিৱেশ৷ চহৰৰ এখন অভিজাত ইংৰাজী মাধ্যমৰ স্কুল৷ আজি পৰীক্ষাৰ ফলাফলৰ দিন৷ সমগ্ৰ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰে স্কুল প্ৰাংগন মুখৰিত৷ ৰাতিপুৱাই স্কুলৰ অধ্যক্ষাই নতুনকৈ নিৰাপতস্তাৰক্ষী…