*সুস্থ হৈ থাকিবলৈ ভুল ধাৰণাবোৰ এৰাই চলক*

*সুস্থ হৈ থাকিবলৈ ভুল ধাৰণাবোৰ এৰাই চলক*

  ✍️ কুসুমাঞ্জলি চাংমাই বহু চেষ্টাৰ পিছতো ওজন কমি যোৱা নাই। ওজন কমিলেও কিছুদিনৰ পাছত আকৌ বাঢ়ে । ইফালে নিয়ন্ত্ৰিত খাদ্য তালিকাই আপোনাৰ জীৱনৰ প্ৰায় সকলো সুখ নোহোৱা কৰি পেলাইছে…
অসীম তালুকদাৰৰ গল্প ‘যাত্ৰা’

অসীম তালুকদাৰৰ গল্প ‘যাত্ৰা’

স্বাভাৱিক সময়তকৈ গুৱাহাটী অভিমুখী যাত্ৰীবাহী ট্ৰেইনখন আজি দহ মিনিটমান দেৰীকৈ আহিছে৷ গুৱাহাটীত কাম কৰা বহুত মানুহ ৰাতিপুৱা এই ট্ৰেইনখনতেই গুৱাহাটীলৈ যায় আৰু আবেলি ঘূৰি আহে৷ সৰু চহৰ কাৰণে মানুহবোৰে সাধাৰণতে…
ভ্ৰুণ হত্যা জিন্দাবাদ

ভ্ৰুণ হত্যা জিন্দাবাদ

  তন্দ্ৰালী মূৰ্ছনা   ...সি বায়েকক খুব জোকাৰিছে, কিন্তু তাই সাৰ পোৱা নাই৷ সি চিঞৰি চিঞৰি তাইক মাতিছে, তাইৰ গাটো আৰু বেছিকৈ জোকাৰি দিছে৷ তাই নিমাত হ’ল৷ তাই আৰু নামাতে৷....…
আমাৰ জীৱন আৰু সাধনা

আমাৰ জীৱন আৰু সাধনা

  ৰুমী কলিতা দত্ত গান্ধীজীয়ে এষাৰ কথা কৈছিল-“মোৰ জীৱনেই মোৰ বাণী৷ “ এই পৃথিৱীত আমাৰ প্ৰত্যেকজন মানুহৰে জীৱনৰ বহু মূল্য আছে৷ আমি আমাৰ জীৱনৰ মূল্য সঠিকভাবে ৰূপায়ণ কৰিব পাৰিলেহে জীৱন…
ৰাশিফল জুলাই মাহ ২০২৪

ৰাশিফল জুলাই মাহ ২০২৪

১৯৪৬ শকাব্দ, ১৪৩১ ভাস্কৰাব্দ জ্যোতিষী- শ্ৰীৰেৱন দেৱ শৰ্মা দূৰভাষ- ৯৮৬৪৫-১৩৮৪৫ মেষ ৰাশি [অ, ল] ঃ স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব৷ কাৰ্যত আৰ্থিক দিশত বাধাৰ সন্মুখীন হ’ব লাগিব৷ ভাতৃ আত্মীয়ৰ পৰা সহায়তা…
অণুগল্প  উদ্ভট

অণুগল্প উদ্ভট

অণুগল্প

উদ্ভট

“দেউতা, মই নোৱাৰোঁদেই এই ৰ’দখনত ওলাই গৈ ইমান ওজন দাঙিব৷ তাতে আৰু পইচাৰ কথা কৈছা যে! ইমান দাম হৈছে! কালি দিয়াখিনি বজাৰ কৰোঁতেই শেষ৷ ”

সন্ধিয়ালৈ এজাক বৰষুণ নামি আহিল৷

“ঐ বন্ধু, বতৰটোলৈ চাচোন৷ বাকী সকলো জা-যোগাৰৰ দিহা কৰ৷ পইচাৰ চিন্তা নকৰিবি৷ মই বস্তুটো লৈ গৈ আছোঁ৷ ” আগবেলা চিলিণ্ডাৰটো আনিবলৈ অপাৰগ ল’ৰাটোৱে তিতি-বুৰিয়েই বাইক দৌৰালে৷ লক্ষ্যস্থান ‘ৰয়েল ৱাইন শ্ব’প’৷

অংশুমান ভূঞা
চামতা, নলবাৰী
দূৰভাষ– ৬০০২৯-৯৪৯৮০

জুলাই মাহৰ ৰেচিপি

জুলাই মাহৰ ৰেচিপি

ৰেখামণি চাৰিঙীয়া - ঠাণ্ডা ঠাণ্ডা সোৱাদ বেলৰ চৰ্বত- উপকৰণ- বেলৰ ৰস-১কাপ। চেনী-ডেৰ কাপ। পানী-ডেৰ কাপ। কমলা ৰং-সামান্য। চাইট্ৰিক এচিড-২চামুচ। কে.মে.এচ-(সংৰক্ষক) ১/৫চামুচ। প্ৰণালী- ফলখিনি পানীত ভালকৈ ধুই বাকলি গুচাই ৰসখিনি উলিয়াই…
কবিতাৰ শৰাই July 2024

কবিতাৰ শৰাই July 2024

শিল্পীৰ পাৰ্থক্য শতাব্দী শৰ্মা এজন শিল্পীয়ে ৰাস্তাত সাহায্য বিচাৰি অহৰহ প্ৰতিবাদ কৰিছে, আনজন শিল্পীয়ে মঞ্চত গীত গোৱাৰ অচিলাত অভদ্ৰামি কৰি জনপ্ৰিয়তা বুটলিছে৷ এজন শিল্পীয়ে সম্মানৰ খাতিৰত নিজৰ আৰ্থিক অচলাৱস্থাক লুকুৱাইছে,…
গা ধোৱাৰ পিছতো মেক-আপ ঠিকে ৰখাৰ কৌশল

গা ধোৱাৰ পিছতো মেক-আপ ঠিকে ৰখাৰ কৌশল

গৰীমা ৰাজবংশী মেকআপ প্ৰেমীসকলৰ বাবে শীতকাল হৈছে মন পচন্দৰ সময়৷ নহয়নে? ঘাম নাথাকে, গতিকে মেকআপ বিয়পি যোৱাৰ সমস্যা নাথাকে৷ ৰ’দৰ তীব্ৰতা নাথাকে, গতিকে Sun burn ৰ সমস্যাও নাথাকে৷ শীতল পৰিৱেশ…
বিন্দু সখিৰ চ’ৰা July 2024

বিন্দু সখিৰ চ’ৰা July 2024

  পৰিচালকঃ আৰতি তালুকদাৰ   উঃ কি গৰম... এক কথাত ক’বলৈ গ’লে এই অসহ্য গৰমত এচি অবিহনে ঘৰখন শীতল কৰি ৰখাটো অসম্ভৱ৷ কিন্তু আৰ্থিক কাৰণতে এচি চলোৱাটো সকলোৰে বাবে সম্ভৱ…