Posted inবিবিধ
ফল-মূল খাই কেনেকৈ সুস্থ হৈ থাকিব পাৰি ?
ঘনকান্ত বৈৰাগী ব্যস্ত জীৱনৰ হুলস্থুল বাঢ়ি অহাৰ লগে লগে সমান্তৰালভাবে ৰোগ, অসুস্থতা আৰু ভাগৰো বাঢ়ি আহিছে। কাৰোবাৰ যদি কলেষ্টেৰল তেন্তে আন কাৰোবাৰ মেদবহুলতাৰ সমস্যা। আৰু উচ্চ ৰক্তচাপ বা চেনিৰ…









