১৯৪৬ শকাব্দ, ১৪৩১ ভাস্কৰাব্দ
জ্যোতিষী-শ্ৰীৰেৱন দেৱ শৰ্মা দূৰভাষ-৯৮৬৪৫-১৩৮৪৫
মেষ ৰাশি (অ, ল) :স্বাস্হ্যৰ প্ৰতি সচেতন হ’ব। সঞ্চিত ধন হঠাৎ খৰচ হ’ব পাৰে। ভাতৃ ভগ্নী ক্লেশ। গৃহ কাৰ্য্যৰ নতুন পৰিকল্পনা । নায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। বিদ্যাৰ্থীৰ উচ্চ বিদ্যাত অগ্ৰসৰ। গোপন শত্ৰুৰ পৰা ক্ষতিৰ সম্ভাৱনা। পাৰিবাৰিক দিশত সু সামঞ্জস্য বৰ্তি থাকিব। সাংস্কৃতিক, সামাজিক কাৰ্য্যত প্ৰশংসা বুটলিবলৈ সক্ষম হ’ব। মনৰ আশা পূৰ্ণতা প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। ব্যৱসায়ত শুভাশুভ। দূৰ ভ্ৰমণত সুখ প্ৰাপ্তি।
বৃষ ৰাশি (ই, উ, ব): শৰীৰৰ আৰোগ্য লাভ । খাদ্য গ্ৰহণত সচেতন হ’ব। নায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। আনৰ হিতৰ বাবে ধন খৰচৰ পৰিমাণ বাঢ়িব। আত্মীয় স্বজনৰ শুভ বাৰ্তা লাভ কৰিব। গৃহ কাৰ্য্যত সামান্য মনোকষ্ট বাঢ়িব পাৰে। বিদ্যাৰ্থীৰ সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা বাঢ়িব। কোনো কাৰ্য্যত মনত ভয় শংকা বাঢ়িব। মাতৃৰ স্বাস্হ্যৰ প্ৰতি সচেতন হ’ব। আধ্যাত্মিক কাৰ্য্যত ব্যস্ততা বাঢ়িব। কৰ্মত জ্যেষ্ঠজনৰ পৰা সহায়তা লাভ কৰিব যদিও পুৰণি সমস্যাৰ বাবে জটিলতা বাঢ়িব। মূল্যৱান সম্পদ ক্ৰয়ত সুখ প্ৰাপ্তি। সামাজিক কাৰ্য্যত প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব। আধৰুৱা কাৰ্য্য সমাধানৰ বাবে প্ৰচেষ্টা বাঢ়িব। ব্যৱসায়ত শুভাশুভ।
মিথুন ৰাশি(ক,ছ): স্বাস্হ্যৰ প্ৰতি সচেতন হ’ব । হঠাৎ ধন খৰচৰ পৰিমাণ বাঢ়িব পাৰে। আত্মীয় স্বজনৰ দু:সংবাদত মনোকষ্ট বাঢ়িব। গৃহ কাৰ্য্যত সিদ্ধান্ত গ্ৰহণত সতৰ্ক হ’ব। বিদ্যাৰ্থীৰ কৃতিত্ব অর্জন। কোনো কাৰ্য্যত অপমানৰ সন্মুখীন হ’ব পাৰে। নায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। সন্তানৰ শুভ সংযোগ লাভ। সামাজিক কাৰ্য্যত দায়িত্ব বৃদ্ধি লগতে প্ৰশংসা বুটলিবলৈ সক্ষম হ’ব। কৰ্মত পদ মৰ্যদা বাঢ়িব । ব্যৱসায়ত শুভাশুভ।
কৰ্কট ৰাশি(ড ,হ): স্বাস্হ্যৰ প্ৰতি সচেতন হ’ব। নায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। ভাতৃ ক্লেশ। গৃহ কাৰ্য্যত সামান্য মনোকষ্ট বাঢ়িব পাৰে। পিতৃ- মাতৃৰ স্বাস্হ্যৰ প্ৰতি সচেতন হ’ব। আত্মীয় স্বজনৰ লগত কোনো কাৰ্য্যত মনোমালিন্য হ’ব পাৰে। বিদ্যাৰ্থীৰ মনৰ আশা পূৰণৰ বাবে প্ৰচেষ্টা বাঢ়িব। প্ৰেম- প্ৰীতিত নতুন যোগাযোগ লাভ কৰিব পাৰে। কোনো কাৰ্য্যত অপবাদৰ সন্মুখীন হ’ব পাৰে সতৰ্ক হ’ব। কৰ্মত নতুন যোগাযোগ লাভ কৰিব। আধৰুৱা কাৰ্য্যৰ সমাধানৰ বাবে প্ৰচেষ্টা বাঢ়িব। কৰ্মত শত্ৰু বৃদ্ধি। যানবাহন চলাচলত সতৰ্ক হ’ব। ব্যৱসায়িক দিশত নতুন চিন্তা চৰ্চা। দূৰ ভ্ৰমণত সুখ প্ৰাপ্তি।
সিংহ ৰাশি (ম,ট): স্বাস্হ্যৰ প্ৰতি সচেতন হ’ব। খাদ্য গ্ৰহণত সতৰ্ক হ’ব। পাবলগীয়া ধন প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। আত্মীয় স্বজনৰ পৰা সহায়তা লাভ কৰিব। ঘৰুৱা কাৰ্য্যত সামান্য মনোকষ্ট বাঢ়িব। বিদ্যাৰ্থীৰ বৰ্হি প্ৰকাশৰ সুযোগ লাভ কৰিব। মূল্যৱান সম্পদ হানি হ’ব পাৰে। সামাজিক কাৰ্য্যত প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব। ব্যৱসায়ত নতুন চিন্তা চৰ্চা। দূৰ ভ্ৰমণত সুখ প্ৰাপ্তি।
কন্যা ৰাশি (প,ঠ): শৰীৰৰ আৰোগ্য লাভ। যি কোনো খাদ্য গ্ৰহণত সতৰ্ক হ’ব। পা বলগীয়া ধন প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। পুৰণি ৰোগৰ বাবে মানসিক অশান্তি বাঢ়িব। হঠাৎ শুভ সংযোগ লাভ কৰিব পাৰে। সন্তানৰ কাৰ্য্যৰ প্ৰতি সচেতন হব। আত্মীয় স্বজনৰ শুভ বাৰ্তা লাভ কৰিব। মূল্যৱান সম্পদ ক্ৰয়ত সুখ প্ৰাপ্তি। বিশ্বাস ভাজন ব্যক্তিৰ পৰা কাৰ্য্যত প্ৰতাৰিত হ’ব পাৰে সতৰ্ক হ’ব। বিদ্যাৰ্থীৰ জ্ঞান বুদ্ধি বিকাশৰ সুযোগ লাভ কৰিব। সামাজিক কাৰ্য্যত প্ৰশংসা বুটলিবলৈ সক্ষম হ’ব। দূৰ ভ্ৰমণত সুখ প্ৰাপ্তি।
তুলা ৰাশি(ৰ, ত): স্বাস্হ্যৰ প্ৰতি সচেতন হ’ব। ধন খৰচৰ পৰিমাণ বাঢ়িব । গৃহ কাৰ্য্যৰ উন্নয়নত মানসিক সুখ প্ৰাপ্তি । কোনো কাৰ্য্যত ভয় শংকা বাঢ়িব পাৰে। বিদ্যাৰ্থীৰ আত্ম প্ৰকাশৰ সুযোগ লাভ কৰিব। বিশ্বাস ভাজন ব্যক্তিৰ পৰা কাৰ্য্যত প্ৰতাৰিত হ’ব পাৰে সতৰ্ক হ’ব। আধ্যাত্মিক, সামাজিক কাৰ্য্যত প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব। পিতৃ মাতৃৰ স্বাস্হ্যৰ প্ৰতি সচেতন হ’ব। প্ৰেম- প্ৰীতিত শুভ সংযোগ লাভ কৰিব। দূৰ ভ্ৰমণত সৌভাগ্য প্ৰাপ্তি।
বৃশ্চিক ৰাশি (ন,য): স্বাস্হ্যৰ প্ৰতি সচেতন হ’ব । মূল্যৱান সম্পদ ক্ৰয়ত সুখ প্ৰাপ্তি । সঞ্চিত ধন খৰচ হ’ব পাৰে। গৃহ কাৰ্য্যৰ উন্নয়নত মানসিক সুখ প্ৰাপ্তি। আত্মীয় স্বজনৰ পৰা কাৰ্য্যত সহায়তা লাভ কৰিব। বিদ্যাৰ্থীৰ সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা বাঢ়িব। প্ৰতিযোগিতা মূলক পৰীক্ষাত সুযোগ লাভ কৰিব। সন্তানৰ কাৰ্য্যৰ প্ৰতি সচেতন হ’ব। সামাজিক,শৈক্ষিক, সাংস্কৃতিক কাৰ্য্যত যশ মান বাঢ়িব। ব্যৱসায়ত মিশ্ৰিত ফল।
ধনু ৰাশি(ধ,ফ,ভ) : শৰীৰ মধ্যম। ধন সম্পদ বৃদ্ধি লগতে মূল্যৱান সম্পদ ক্ৰয়ত সুখ প্ৰাপ্তি । গৃহ নিৰ্মাণ কাৰ্য্যত নতুন যোগাযোগ লাভ কৰিব। ঘৰুৱা সুখ বিঘ্নিত হ’ব পাৰে। আত্মীয় স্বজনৰ পৰা সহায়তা লাভ কৰিব। বিদ্যাৰ্থীৰ মনৰ অশা পূৰণৰ বাবে প্ৰচেষ্টা বাঢ়িব। সামাজিক, সাংস্কৃতিক কাৰ্য্যত প্ৰশংসা বুটলিবলৈ সক্ষম হ’ব। পিতৃ মাতৃৰ স্বাস্হ্যৰ প্ৰতি সচেতন হ’ব। দূৰ ভ্ৰমণত সুখ প্ৰাপ্তি। ব্যৱসায়িক দিশত নতুন সংযোগ।
মকৰ ৰাশি(খ , জ) : স্বাস্হ্যৰ প্ৰতি সচেতন হ’ব। সঞ্চিত ধন হঠাৎ খৰচ হ’ব পাৰে। আত্মীয় স্বজনৰ লগত কোনো কাৰ্য্যত মনোমালিন্য হ’ব পাৰে। গৃহ কাৰ্য্যৰ উন্নয়নত সুখ প্ৰাপ্তি। বিদ্যাৰ্থীৰ উচ্চ বিদ্যাৰ বাবে শুভ সংযোগ লাভ কৰিব। মাটি বাৰী,ধন সম্পদ দিশত বিবাদৰ সন্মুখীন হ’ব পাৰে। কাৰ্য্যত গোপন শত্ৰুৰ পৰা ক্ষতিৰ সম্ভাৱনা । কৰ্মত নতুন যোগাযোগ লাভ কৰিব। মূল্যৱান সম্পদ হানি হ’ব পাৰে সতৰ্ক হ’ব। ব্যৱসায়ত মিশ্ৰিত ফল।
কুম্ভ ৰাশি(গ,শ ,স) :শৰীৰৰ আৰোগ্য লাভ। সঞ্চিত ধন হঠাৎ খৰচ হ’ব পাৰে। আত্মীয় স্বজনৰ শুভ সংযোগ লাভ কৰিব । কোনো কাৰ্য্যত ভয় শংকা বাঢ়িব। ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। পুৰণি সমস্যা সমাধানৰ বাবে শুভ সংযোগ লাভ কৰিব। বিদ্যাৰ্থীৰ শুভ সংবাদ লাভ । কৰ্ম ক্ষেত্ৰত সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব যদিও কৰ্মৰ স্হান সলনি হ’ব পাৰে। সামাজিক সাংস্কৃতিক কাৰ্য্যত সন্মানিত হ’ব। প্ৰেমত দুশ্চিন্তা। ব্যৱসায়ত শুভাশুভ।
মীন ৰাশি(দ ,চ) :স্বাস্হ্যৰ প্ৰতি সচেতন হ’ব। হাতত থকা ধন আনৰ হিতৰ বাবে খৰচ হ’ব পাৰে। ভাতৃৰ পৰা কাৰ্য্যত সহায়তা লাভ কৰিব যদিও সামান্য মনোকষ্ট বাঢ়িব। আত্মীয় স্বজনৰ পৰা কাৰ্য্যত সহায়তা লাভ কৰিব। সন্তানৰ কাৰ্য্যৰ প্ৰতি সচেতন হ’ব। সামাজিক, আধ্যাত্মিক কাৰ্য্যত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব। বিদ্যাৰ্থীৰ জ্ঞান বুদ্ধি বিকাশৰ সুযোগ লাভ কৰিব। মূল্যৱান সম্পদ ক্ৰয়ত মানসিক সুখ প্ৰাপ্তি। দূৰ ভ্ৰমণত সৌভাগ্য প্ৰাপ্তিৰ যোগ দেখা যায়। পুৰণি সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা বাঢ়িব। ব্যৱসায়িক দিশত নতুন সংযোগৰ পৰিকল্পনা।