১৯৪৬ শকাব্দ, ১৪৩১ ভাস্কৰাব্দ
জ্যোতিষী-শ্ৰীৰেৱন দেৱ শৰ্মাদূৰভাষ-৯৮৬৪৫-১৩৮৪৫
মেষ ৰাশি (অ, ল) : স্বাস্হ্যৰ প্ৰতি সচেতন হব। ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। ভাতৃ আত্মীয় স্বজনৰ লগত মনোমালিন্য হব পাৰে । গোপন শত্ৰুৰ পৰা কাৰ্য্যত প্ৰৱঞ্চিত হব পাৰে সতৰ্ক হব। পাৰিবাৰিক দিশত সু সামঞ্জস্য বৰ্তি থাকিব যদিও উন্নয়ণ মূলক কাৰ্য্যত সামান্য আৰ্থিক সমস্যাৰ সন্মুখীন হব পাৰে। বিদ্যাৰ্থীৰ শুভ সংবাদ লাভ কৰিব। কৰ্মত ব্যস্ততা বাঢ়িব। সামাজিক,সাহিত্য, শিল্পী সকলৰ প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব। দূৰ ভ্ৰমণত মানসিক সুখ প্ৰাপ্তি। ব্যৱসায়ত শুভ সংযোগ লাভ কৰিব।
বৃষ ৰাশি (ই, উ, ব): শৰীৰ মধ্যম। ধন সম্পদ প্ৰাপ্তিৰ যোগ দেখা যায়। ভাতৃ ক্লেশ। আনৰ হিতৰ বাবে ধন খৰচ বাঢ়িব পাৰে। ধন বিনিয়োগ কাৰ্য্যত সতৰ্ক হব। পাৰিবাৰিক দিশত সু সামঞ্জস্য বৰ্তি থাকিব। বিদ্যাৰ্থীৰ যশ মান বাঢ়িব। পুৰণি সমস্যা সমাধানত সুখ প্ৰাপ্তি। গৃহ কাৰ্য্যৰ উন্নয়নৰ নতুন পৰিকল্পনা। সন্তানৰ কাৰ্য্যৰ প্ৰতি সচেতন হব। সামাজিক, শৈক্ষিক,সাংস্কৃতিক কাৰ্য্যত সম্মানিত হব পাৰে। কৰ্মত জ্যেষ্ঠ জনৰ পৰা সহায়তা লাভ কৰিব। ব্যৱসায়ত নতুন কাৰ্য্যৰ পৰিকল্পনা।
মিথুন ৰাশি(ক,ছ): শৰীৰ মধ্যম । সঞ্চিত ধন হঠাৎ আনৰ হিতৰ বাবে খৰচ হব পাৰে। ভাতৃ আত্মীয় স্বজনৰ পৰা কাৰ্য্যত সহায়তা লাভ কৰিব। পাৰিবাৰিক দিশত সামান্য মনোকষ্ট বাঢ়িব পাৰে। পুৰণি ৰোগৰ বাবে অশান্তি বাঢ়িব পাৰে। হঠাৎ পোৱা দু: সংবাদত মনোকষ্ট বাঢ়িব। বিদ্যাৰ্থীৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব। সামাজিক, সাংস্কৃতিক কাৰ্য্যত পদ মৰ্যদা বাঢ়িব লগতে শিল্পী কলা কুশলীৰ সুনাম অর্জন। পুৰণি সমস্যা সমাধানৰ বাবে শুভ বাৰ্তা লাভ কৰিব। ব্যৱসায়ত মিশ্ৰিত ফল।
কৰ্কট ৰাশি(ড ,হ): শৰীৰ মধ্যম। সঞ্চিত ধন হঠাৎ খৰচ হব পাৰে। । ভাতৃ ক্লেশ। পিতৃ মাতৃৰ স্বাস্হ্যৰ প্ৰতি সচেতন হব। গৃহ সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা বাঢ়িব। বিদ্যাৰ্থীৰ সামান্য মনোকষ্ট বাঢ়িব পাৰে। । কোনো কাৰ্য্যত অপমানিত হব পাৰে সতৰ্ক হব। হঠাৎ পোৱা দু: সংবাদত মনোকষ্ট বাঢ়িব। মহত্বপূৰ্ণ কাৰ্য্যত শুভ বাৰ্তা লাভ কৰিব। সামাজিক কাৰ্য্যত প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব। দূৰ ভ্ৰমণত সুখ প্ৰাপ্তি। ৰাজনীতিত গুৰু দায়িত্ব বাঢ়িব।
সিংহ ৰাশি(ম,ট): স্বাস্হ্যৰ প্ৰতি সচেতন হব। সঞ্চিত ধন হঠাৎ খৰছ হব পাৰে। ভাতৃ আত্মীয় স্বজনৰ পৰা কাৰ্য্যত সহায়তা লাভ কৰিব। গৃহ কাৰ্য্যৰ উন্নয়নৰ নতুন পৰিকল্পনা । বিদ্যাৰ্থীৰ যশ মান বাঢ়িব লগতে সাহিত্য কাৰ্য্যত প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব। কৰ্মত পদমর্যদা বৃদ্ধি লগতে দায়িত্ব বাঢ়িব। যান বাহন চলাচলত সতৰ্ক হব। ভূমি মূল্যৱান সম্পদ সংক্ৰান্তীয় দিশত বিবাদৰ সন্মুখীন হব পাৰে। ব্যৱসায়িক দিশত শুভাশুভ।
কন্যা ৰাশি (প,ঠ): শৰীৰ মধ্যম । পাবলগীয়া ধন প্ৰাপ্তিৰ বাবে শুভ সংবাদ লাভ কৰিব । আত্মীয় স্বজনৰ পৰা সামান্য মনোকষ্ট বাঢ়িব পাৰে। পাৰিবাৰিক দিশত সু সামঞ্জস্য বৰ্তি থাকিব। বিদ্যাৰ্থীৰ সমস্যা সমাধানত সুখ প্ৰাপ্তি। মূল্যৱান সম্পদ হানি হব পাৰে। গোপন শত্ৰুৰ পৰা আৰ্থিক ক্ষতিৰ সম্ভাৱনা। সামাজিক, সাংস্কৃতিক , আধ্যাত্মিক কাৰ্য্যৰ লগত জড়িত ব্যক্তিৰ কৃতিত্ব অৰ্জন। দূৰ ভ্ৰমণত সৌভাগ্য প্ৰাপ্তি।
তুলা ৰাশি:(ৰ,ত ) : শৰীৰ মধ্যম । ধন খৰছৰ পৰিমাণ বাঢ়িব। ভাতৃ ক্লেশ। পিতৃ মাতৃৰ স্বাস্হ্যৰ প্ৰতি সচেতন হব । গৃহ নির্মাণ কাৰ্য্যত সুখ প্ৰাপ্তি। বিদ্যাৰ্থীৰ সমস্যা সমাধানত সুখ প্ৰাপ্তি । কৰ্মত নতুন যোগাযোগ লাভ কৰিব। মহত্বপূৰ্ণ কাৰ্য্যত প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব। শিল্পী সকলৰ সুনাম অর্জন। মূল্যৱান সম্পদ ক্ৰয়ত সুখ প্ৰাপ্তি। প্ৰেম প্ৰীতিত সিদ্ধান্ত গ্ৰহণত সতৰ্ক হব। দূৰ ভ্ৰমণত সুখ প্ৰাপ্তি।
বৃশ্চিক ৰাশি:(ন ,য ): শৰীৰৰ প্ৰতি সচেতন হব। আনৰ হিতৰ বাবে ধন খৰচৰ পৰিমাণ বাঢ়িব। আত্মীয় স্বজনৰ দু:সংবাদত মনোকষ্ট বাঢ়িব। বন্ধু ভাতৃৰ পৰা কাৰ্য্যত সহায়তা লাভ কৰিব । ঘৰুৱা উন্নয়নত মানসিক সুখ প্ৰাপ্তি। সন্তানৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব। খাদ্য গ্ৰহণত সতৰ্ক হব । কৰ্মত ধৈৰ্য আৰু সততাৰে আগবাঢ়ক । সামাজিক আৰু আধ্যাত্মিক দিশত প্ৰশংসা বুটলিবলৈ সক্ষম হব। ব্যৱসায়িক দিশত নতুন পৰিসৰ বৃদ্ধি পৰিকল্পনা। প্ৰেমত সামান্য মনোকষ্ট বাঢ়িব পাৰে। দূৰ ভ্ৰমণত সৌভাগ্য প্ৰাপ্তি।
ধনু ৰাশি :(ধ, ফ, ভ ): শাৰীৰিক উন্নতি লাভ । ধন সম্পদ প্ৰাপ্তিৰ যোগ দেখা যায়। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সচেতন হব। ভাতৃ আত্মীয় স্বজনৰ পৰা কাৰ্য্যত শুভ সংবাদ লাভ কৰিব । সন্তানৰ কৃতিত্ব অর্জন। বিদ্যাৰ্থীৰ জ্যেষ্ঠ জনৰ পৰা সহায়তা লাভ কৰিব। সাহিত্য, ক্ৰীড়াৰ লগত জড়িত ব্যক্তিৰ যশ মান বৃদ্ধি। কাৰ্য্যত উচ্চ পৰ্যায়ৰ ব্যক্তিৰ পৰা সহায়তা লাভ কৰিব । দূৰ ভ্ৰমনত সুখ প্ৰাপ্তি। ব্যৱসায়িক দিশত শুভাশুভ।
মকৰ ৰাশি(খ , জ) : স্বাস্হ্যৰ প্ৰতি সচেতন হব। আনৰ হিতৰ বাবে সঞ্চিত ধন খৰচ হব পাৰে ।অৱশ্যে পাব লগীয়া ধন সম্পদ প্ৰাপ্তিৰ বাবে শুভ বাৰ্তা লাভ কৰিব। বিদ্যাৰ্থীৰ পুৰণি সমস্যা সমাধানত সুখ প্ৰাপ্তি। পাৰিবাৰিক দিশত সু সামঞ্জস্য বৰ্তি থাকিব। আধ্যাত্মিক,সাহিত্য, সংস্কৃতিৰ লগত জড়িত ব্যক্তিৰ প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব। ব্যৱসায়ত নতুন কাৰ্য্যৰ শুভ সংবাদ লাভ কৰিব। প্ৰেম প্ৰীতিত সামান্য মনোকষ্ট বাঢ়িব পাৰে।
কুম্ভ ৰাশি(গ,শ ,স) :স্বাস্হ্যৰ প্ৰতি সচেতন হব। সঞ্চিত ধন হঠাৎ খৰচ হব পাৰে। ভাতৃৰ প্ৰতি দুশ্চিন্তা বাঢ়িব। আত্মীয় স্বজনৰ পৰা পোৱা দু: সংবাদত মনোকষ্ট বাঢ়িব পাৰে। ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰচেষ্টা বাঢ়িব। ধন সম্পদ সম্পৰ্কীয় দিশত সমস্যা সমাধানৰ বাবে শুভ মাৰ্গ দৰ্শন প্ৰাপ্তি হব।বিদ্যাৰ্থীৰ সফলতা অর্জন। কৰ্ম ক্ষেত্ৰত সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব। সামাজিক, সাংস্কৃতিক কাৰ্য্যত প্ৰশংসা বুটলিবলৈ সক্ষম হব। প্ৰেমত সিদ্ধান্ত গ্ৰহণত সতৰ্ক হব। ব্যৱসায়ত মিশ্ৰিত ফল । দূৰ ভ্ৰমণৰ শুভ বাৰ্তা লাভ কৰিব।
মীন ৰাশি(দ ,চ) :স্বাস্হ্যৰ প্ৰতি সচেতন হব। আৰ্থিক দিশত সামান্য মনোকষ্ট বাঢ়িব পাৰে । জ্যেষ্ঠ ভাতৃৰ পৰা কাৰ্য্যত সহায়তা লাভ কৰিব। সন্তানৰ কৃতিত্ব অর্জন যদিও কাৰ্য্যত সচেতন হব। যানবাহন চলাচল আৰু দূৰ ভ্ৰমণত সতৰ্ক হব। মাংগলিক কাৰ্য্যত মানসিক সুখ প্ৰাপ্তি। সামাজিক,সাংস্কৃতিক কাৰ্য্যত প্ৰতিষ্ঠাৰ সুযোগ লাভ কৰিব। বিদ্যাৰ্থীৰ বহি:বিকাশৰ সুযোগ লাভ কৰিব। পিতৃ মাতৃৰ স্বাস্হ্যৰ প্ৰতি সচেতন হব। ব্যৱসায়িক দিশত শুভাশুভ।