Posted inগল্প ববিতা গগৈৰ গল্প – হাট ....বজাৰখনৰ মাজে মাজে কাৰোবাৰ উদঙীয়া গৰু কেইটামান ঘূৰি ফুৰিছে। ফপৰা কুকুৰ দুটাও ঘূৰি ফুৰিছে বজাৰখনৰ মাজৰ পৰা উফৰি আহিছে ঘুৰ ঘূৰ , যাহ যাহ জাতীয় শব্দ কেইটামান ।.... এইকেইদিন গোটেই…
Posted inগল্প সম্পৰ্কৰ মধূৰতা 👉অনিমা ভট্টাচাৰ্য ....ইতিমধ্যে সেইটো ঘটনাৰ পিছৰ পৰাই লগৰবোৰে তাইক নীলাঞ্জনৰ লগত জোকোৱা আৰম্ভ কৰিছিল।স্বভাৱতে লাজকুৰীয়া ল'ৰাজনে অলপ আঁতৰি আঁতৰি ফুৰিব লৈছিল। কিন্তু দিন যোৱাৰ লগে লগে হয়তো মনে…
Posted inবিবিধ পোহৰ প্ৰদূষণ ড০ ৰাস্না ৰাজখোৱা আন্ধাৰ বেয়া পালে অথবা ভয় কৰিলে নহ’ব৷ দিনৰ পোহৰ যেনেকৈ সকলোৰে প্ৰিয় তেনেকৈ ৰাতিৰ আন্ধাৰকণো সকলোৰে প্ৰিয় হোৱা উচিত৷ ৰাতিটোকো যদি আমি কৃত্ৰিম পোহৰৰে দিনৰ দৰে উজ্জ্বল…
Posted inবিবিধ ৰাক্ষসী বাৰ্মুডা ত্ৰিভুজ- এক অন্তহীন ৰহস্য 👉ভায়’লীনা অঞ্জন ৰহস্যময়ী পৃথিৱীত ৰহস্যৰ অন্ত নাই৷ যেনিয়েই চাওঁ তেনিয়েই ৰহস্যৰ মাজত ডুব যাওঁ৷ ভগৱান নে প্ৰকৃতি- ৰহস্যময় সৃষ্টিৰ উৎস বিচাৰি অনুসন্ধিৎসু মনবোৰে বহু সময়ত বিপদসংকুলতাকো নেওচি আগবাঢ়ে৷ কেতিয়াবা যদি…
Posted inসাক্ষাৎকাৰ এই সংখ্যাৰ অতিথি বিশিষ্ট লেখিকা কুসুমাঞ্জলি শৰ্মা বিন্দুঃ বিন্দুৰ হৈ নমস্কাৰ জনাইছোঁ৷ প্ৰথমে আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিব বিচাৰো৷ জন্ম, শিক্ষা, দাম্পত্য জীৱন ইত্যাদি৷ কুসুমাঞ্জলি:-সৰ্ব প্ৰথমে আপোনাৰ লগতে 'বিন্দু' আলোচনীৰ সমূহ পৰিয়াললৈ মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ…
Posted inবিবিধ ২০২৪ চনৰ সাহিত্যত ন’বেল বঁটা বিজয়ী দক্ষিণ কোৰিয়াৰ বিখ্যাত সাহিত্যিক হান কাঙৰ সৃষ্টি-ৰাজিত দুৰ্বাৰ গতি । নাছিৰ আহমেদ শিমলাবাৰী গোৱালপাৰা ভ্ৰাম্যভাষ:-৯১০১৪৬৫৮০ যোৱা দহ অক্টোবৰত ষ্টকহ'মৰ পৰা ৰয়েল ছুইডিছ একাডেমীয়ে দক্ষিণ কোৰিয়াৰ ৫৩ বছৰীয়া ( জন্ম চন -১৯৭০) বিখ্যাত সাহিত্যিক হান কাঙক ২০২৪ চনৰ সাহিত্যত সৰ্বোচ্চ সন্মান…
Posted inৰাশিফল ৰাশিফল নৱেম্বৰ মাহ ১৯৪৬ শকাব্দ, ১৪৩১ ভাস্কৰাব্দ জ্যোতিষী-শ্ৰীৰেৱন দেৱ শৰ্মা দূৰভাষ-৯৮৬৪৫-১৩৮৪৫ মেষ ৰাশি (অ, ল) : শৰীৰ মধ্যম। সঞ্চিত ধন হঠাৎ গৃহ কাৰ্য্যত খৰচ হব পাৰে । ভাতৃৰ পৰা মনোকষ্ট বাঢ়িব পাৰে। ন্যায্য…
Posted inগল্প তৰালী ঘৰফলীয়াৰ অণুগল্প প্ৰত্যাশা "ইমান দেৰি কৰিলিনে? হাল সামৰি অথনিৰেপৰা ৰৈ আছোঁ।" "জানই দেখোন। ঘৰৰ সকলো জঞ্জাল সামৰিহে আহিব পাৰোঁ। তই কঠীয়া বোলোৱাই নাই যে।" "বোলাম ৰ। ঐ গোঁছটো কিন্তু ভালকৈ ল'বি…
Posted inকবিতা বিন্দুৰ এমুঠি কবিতা নগ্নতাৰ দুৰ্গন্ধ দিগন্ত বিশ্ব শৰ্মা নগ্ন শৰীৰ উদং বক্ষৰ ভাঁজে ভাঁজে নিৰ্ভেজাল বিকৃত বৰ্বৰতাৰ দুৰ্গন্ধ বিয়পে চৌদিশে সৰ্বত্ৰে আকাশে বতাহে বাসনাৰ অশ্লীলতাত পৃথিৱী কঁপি উঠে! তথাপি তেওঁ নিলাজ আৰু নিষ্কম্প…
Posted inগল্প বিবিধ ন-প্ৰেম দীপশিখা গোহাঁই .....গীতে ৰাজুৰ মুখৰ পৰা গম পালে যে সমুদ্ৰৰ সঁচায়ে পাঁছবছৰ ধৰি ম’বাইল নাই.. আজিৰ যুগত সমুদ্ৰৰ দৰে ডেকা ল’ৰা এজনৰ ম’বাইল নাই বুলি শুনি তাই বহুত…