Posted inৰাশিফল
ৰাশিফল এপ্রিল মাহ ২০২৪
5ৰঙালী বিহুৰ শুভেচ্ছাৰে ১৯৪৬ শকাব্দ, ১৪৩১ ভাস্কৰাব্দ জ্যোতিষী-শ্ৰীৰেৱন দেৱ শৰ্মা দূৰভাষ-৯৮৬৪৫-১৩৮৪৫ মেষ ৰাশি(অ, ল) : মেষ ৰাশিৰ জাতক জাতিকা সমাজপ্রিয়, ন্যায় পৰায়ণা , উচ্চাভিলাষী, জেদী, দয়ালু, সাহসী, পণ্ডিত, ত্যাগী আদি…








